Duration 51:59

Dr. B. R. Ambedkar on Caste explained in Assamese. ড০ বি আৰ আম্বেদকাৰৰ জাত-পাত প্ৰথা সম্পৰ্কে অভিমত

2 998 watched
0
139
Published 4 Aug 2020

This is a discussion in Assamese about Dr.B.R. Ambedkar on the caste system in India. This is an impromptu recording done without any plan. So, lot of things are left untouched e.g., the appeal or question Dr. Ambedkar raised before the communists and the Congressmen. How he believed that a political reform is not possible without social reform etc. ড০ বি আৰ আম্বেদকাৰৰ জাত-পাত প্ৰথা সম্পৰ্কে অভিমত আলোচনা কৰা হৈছেI https://amzn.to/3zsRhf1 For audio of Dr. B.R.Ambedkar's paper on "Castes in India: Their Genesis, Mechanism and Development", check the following links- First Part: /watch/s88=t&wtg50NFg2Rpg= Second Part: /watch/s016=t&43JInGtJFHwJ6 Third Part: /watch/YNimTtGD2gfDm Fourth Part: /watch/s011=t&AoKxOR1xK3Xx1 On Jyotiba Phule and Savitribai Phule: /watch/g_wS87S5ujm5S #bepolitical be political is a bilingual educational channel. It basically discusses the issues from the field of Political Science such as Political Theory, Political Ideologies, Political Thought, Public Administration, Indian Politics, and Human Rights, etc. in English and in the Assamese language, according to the creator's own understanding and also with the help of various resources. The videos are mostly as far as possible precise and it is tried to provide the students of Political Science or anyone interested, the basic but clear ideas on the particular topics chosen to discuss. Stay connected and also be ready for some occasional exceptions like audio books, other academic activities, movie reviews etc. depending on the mood of the creator. Direct and unauthorized copy of any part of the contents is not allowed. The copyright is reserved with the channel creator. Watch till the end and feel free to comment. And please don't forget to like, share and subscribe to the channel for not missing the newly updated videos. be political এক দ্বিভাষিক ইউ উটিউব চেনেল। ইয়াত প্রধানকৈ ৰাজনীতি বিজ্ঞানৰ বিভিন্ন বিষয় যেনে ৰাজনৈতিক তত্ব,ৰাজনৈতিক আদৰ্শ, ৰাজনৈতিক চিন্তাধাৰা, লোক প্রশাসন, ভাৰতীয় ৰাজনীতি, আৰু মানৱ অধিকাৰ আদিৰ অধীনৰ বিভিন্ন প্রসংগৰ আলোচনা কেতিয়াবা ইংৰাজীত কেতিয়াবা অসমীয়াত বা কেতিয়াবা দুয়োটা ভাষাতে আগবঢ়োৱা হয়। এই ক্ষেত্রত নিজস্ব জ্ঞান আৰু অন্যান্য উৎসৰ সহায় লোৱা হয়। ভিডিঅবোৰ বেছিভাগেই যথাসম্ভৱ সংক্ষিপ্ত আৰু ৰাজনীতি বিজ্ঞানৰ ছাত্র-ছাত্রীক বা যিকোনো আগ্রহী ব্যক্তিকে আলোচনা কৰিবলৈ লোৱা বিষয়টি সম্পৰ্কে প্রাথমিক অথচ স্পষ্ট ধাৰণা দিবলৈ তাৰ জৰিয়তে চেষ্টা কৰা হয়।চেনেলটোৰ সৈতে সম্পৰ্কিত হৈ থাকক আৰু ক্ৰিয়েটৰৰ মুডৰ ওপৰত নিৰ্ভৰ কৰি মাজে মাজে শিক্ষামূলক কাৰ্যসূচী, অডিঅ' কিতাপ বা চিনেমাৰ পৰ্যালোচনা পাবৰ বাবেও সাজু হৈ থাকক।অনুমতি বা উৎস স্বীকাৰবিহীন কোনো নকল অনুমোদিত নহ'ব।কণ্টেণ্টৰ কপিৰাইট ক্ৰিয়েটৰৰ ওচৰত সংৰক্ষিত। ভিডিঅ'বোৰ শেষলৈকে চাওক আৰু মন্তব্য আগবঢ়াওক। ভাল পালে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাব্ছস্ক্রাইব কৰিবলৈ নাপাহৰিব যাতে নতুনকৈ আপলোড কৰা ভিডিঅ'বোৰৰ বিষয়ে গম পায়। Facebook Page: https://m.facebook.com/Be-political-113747257015268/?notif_t=page_fan¬if_id=1593001803284559&ref=m_notif

Category

Show more

Comments - 13